Tue, 13 Oct 2026

'অসম চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায়'-AJYCP ৰ প্ৰতিবাদ

AJYCP ৰ প্ৰতিবাদ ধ্বনিৰে সোণাপুৰৰ নাজিৰাখাট টোলগেটত উত্তাল l

AJYCP ৰ প্ৰতিবাদ ধ্বনিৰে সোণাপুৰৰ নাজিৰাখাট টোলগেট উত্তাল l

কিছুদিন পূৰ্বে নলগেদেৰাত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই মৰ্মান্তিক পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাইছিল বহুলোকে ।

সেই প্ৰাণ হেৰুৱা লোকৰ পৰিয়ালক ৫০,০০,০০০ টকা আৰু গুৰুতৰভাৱে আহত লোকসকলক ১০,০০,০০০ এককালীন সাহায্য প্ৰদানৰ দাবী প্ৰতিবাদকাৰীসকলৰ।

AJYCP ৰ দাবী, ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে মেৰামতি নোহোৱা পৰ্যন্ত টোলকৰ ল'ব নোৱাৰিব।

 


Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 03 September 2026, 04:43 PM