Tue, 13 Oct 2026

২০২৬ৰ Nobel Prize ঘোষণা আৰম্ভ

২০২৬ বৰ্ষৰ ৫ অক্টোবৰত Physiology or Medicine শাখাৰ Nobel Prize লাভ কৰে বিজ্ঞানী Karl Deisseroth, Peter Hegemann আৰু Georg Nagel-এ। মগজুৰ স্নায়ুকোষক পোহৰৰ সহায়ত নিয়ন্ত্ৰণ কৰিব পৰা optogenetics প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ বাবে তেওঁলোকক এই সন্মান প্ৰদান কৰা হৈছে।

ঘোষণা হৈছে ২০২৬ৰ Nobel Prize লাভ কৰা বিশিষ্টলোকসকলৰ নাম । ২০২৬ বৰ্ষৰ ৫ অক্টোবৰত Physiology or Medicine শাখাৰ Nobel Prize লাভ কৰে বিজ্ঞানী Karl Deisseroth, Peter Hegemann আৰু Georg Nagel-এ। মগজুৰ স্নায়ুকোষক পোহৰৰ সহায়ত নিয়ন্ত্ৰণ কৰিব পৰা optogenetics প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ বাবে তেওঁলোকক এই সন্মান প্ৰদান কৰা হৈছে।

মংগলবাৰে ৬ অক্টোবৰত ঘোষণা কৰা হ’ব Physics Nobel Prize। ইয়াৰ পিছত ৭ অক্টোবৰত Chemistry, ৮ অক্টোবৰত Literature আৰু ৯ অক্টোবৰত Peace Prize ঘোষণা কৰা হ’ব। Economic Sciencesৰ পুৰস্কাৰ ঘোষণা হ’ব ১২ অক্টোবৰত। এইবাৰৰ প্ৰতিটো Nobel Prizeৰ ধনমূল্য ১ কোটি ২০ লাখ ছুইডিছ ক্ৰোনা, অৰ্থাৎ প্ৰায় ১.২ মিলিয়ন মাৰ্কিন ডলাৰ। 

উল্লেখ্য় যে ডিচেম্বৰ মাহত Nobel Prize প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।


Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 06 October 2026, 05:22 PM