Tue, 13 Oct 2026

নগাঁও লোকসভাৰ উপ- নির্বাচনৰ মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিম

নগাঁও লোকসভাৰ উপ- নির্বাচনৰ মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিম ৷ প্রার্থীসকলে নগাঁও আয়ুক্ত কাৰ্যালয়ত দাখিল মনোনয়ন পত্র ৷ ৬ অক্টোবৰত অনুষ্ঠিত হ'ব নগাঁও লোকসভাৰ উপ- নির্বাচন ৷ 

নগাঁও লোকসভাৰ উপ- নির্বাচনৰ মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিম ৷ প্রার্থীসকলে নগাঁও আয়ুক্ত কাৰ্যালয়ত দাখিল মনোনয়ন পত্র ৷ ৬ অক্টোবৰত অনুষ্ঠিত হ'ব নগাঁও লোকসভাৰ উপ- নির্বাচন ৷ 

মানোনয়ন দাখিল BJP প্রার্থী দেৱাশীষ শর্মাৰ, কংগ্ৰেছ প্রার্থী শিৱা মণি বৰাৰ, AlUDF ৰ প্রার্থী বদৰুদ্দিন আজমলৰ, TMC প্রার্থী আব্দুল চালামৰ ৷

নগাঁৱৰ লোকসভাৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব সংখ্যালঘু ভোটাৰে -

নগাঁও লোকসভাৰ সৰ্বমুঠ ভোটাৰ হৈছে ১৮,৯৮,৯৫২

ইয়াৰে হিন্দু ভোটাৰ হৈছে ৭,৫২,৮৯৭ জন ৩৯.৬৫%.

আনহাতে মুচলমান ভোটাৰ হৈছে ১১,১৪,৬৯৫ ৬০.৩৫%.

Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 16 September 2026, 07:14 PM